உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » entertainment »Miss Universe Harnaaz Sandhu : মিছ ইউনিভাৰ্ছ হাৰ্নাজ সান্ধুৱে নতুন বছৰত প্ৰদৰ্শন কৰিলে মিনি ড্ৰেছ, দাম গম পালে হ'ব আচৰিত, ফটো চাওক

    Miss Universe Harnaaz Sandhu : মিছ ইউনিভাৰ্ছ হাৰ্নাজ সান্ধুৱে নতুন বছৰত প্ৰদৰ্শন কৰিলে মিনি ড্ৰেছ, দাম গম পালে হ'ব আচৰিত, ফটো চাওক

    ভাৰতৰ হাৰ্নাজ সান্ধু (Miss Universe Harnaaz Sandhu) 13 ডিচেম্বৰ, 2021 তাৰিখে মিছ ইউনিভাৰ্ছ 2021 খিতাপ জয় কৰিছিল। ভাৰতে ২১ বছৰৰ পিছত বিশ্ৱ সুন্দৰীৰ খিতাপ জয় কৰিছে। এই খিতাপ জয় কৰাৰ পিছত হাৰ্নাজ সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰিছে। তেওঁ নৱবৰ্ষত নিজৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিছে। এই ছবিবোৰত হাৰ্নাজে এটা চুটি পোছাক পিন্ধি আছে। এই পোছাকৰ মূল্য জানিলে আপুনি আচৰিত হ'ব।