মিছ ইউনিভাৰ্ছ ২০২১ হৰ্নাজ সান্ধুৱে নিজৰ ছচিয়েল মিডিয়া একাউণ্টত কেইবাখনো ফটো শ্বেয়াৰ কৰিছে। এই ছবিবোৰত হৰ্নাজক অত্যন্ত ধুনীয়া আৰু আকৰ্ষণীয় দেখাইছে। হৰ্নাজক এই ছবিবোৰত চুটি পোছাক পিন্ধা দেখা গৈছে। এই পোছাকৰ মূল্য এজন মধ্যবিত্ত ব্যক্তিৰ মাহিলী উপাৰ্জনৰ সমান। এই ছবিবোৰ দেখিলে সকলোৱে এই বিশ্ব সুন্দৰীৰ প্ৰেমত পৰিবই পৰিব। (ফটো সৌজন্যঃ Instagram @harnaazsandhu_03)