Home » photogallery » entertainment »Miss India 2022 : ১৪ বছৰ বয়সতে ভাৰতনাট্যম শিকিছিল ছিনী শ্বেট্টীয়ে, মাৰ্কেটিং কোম্পানীতো কাম কৰি আহিছে

Miss India 2022 : ১৪ বছৰ বয়সতে ভাৰতনাট্যম শিকিছিল ছিনী শ্বেট্টীয়ে, মাৰ্কেটিং কোম্পানীতো কাম কৰি আহিছে

Miss India 2022 Sini Shetty Profile: সৰুৰে পৰা নৃত্য শিকিছে ছিনি শ্বেট্টীয়ে। ৪ বছৰ বয়সৰ পৰা নৃত্য শিকি অহা ছাত্ৰীগৰাকীয়ে ১৪ বছৰ বয়সতে আৰু ‘ভাৰতনাট্যম’ সম্পূৰ্ণ কৰিছিল ‘আৰংগাত্ৰম’ কৰিছিল।