‘মিছ ইণ্ডিয়া ২০২২’ৰ বিজয়ী হৈছে কৰ্ণাটকৰ ছিনি শ্বেট্টী। মিছ ইণ্ডিয়া এণ্ড ৱৰ্ল্ড ২০২০ মানসা বাৰাণসীয়ে বিজয়ী হিচাপে ছিনীৰ শিৰত মুকুট পিন্ধিলে। শীৰ্ষ ৫ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত ছিনি আছিল অন্যতম। ৰুবল শেখাৱত, শিনাতা চৌহান, প্ৰজ্ঞা আয়াগৰী আৰু গাৰ্গী নন্দীক পৰাস্ত কৰে। ইয়াত আমি আপোনালোকক ছিনি শ্বেট্টীৰ বিষয়ে ক’ম। (ফটো ক্ৰেডিট: Instagram @sinishettyy/missindiaorg)