உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » entertainment »Mira Rajput On Tree : কি কৰিব ভাবি নাপাই গছতেই বগালে মীৰা ৰাজপুতে! অনুৰাগীয়ে ৰগৰ কৰি ক'লে এইদৰে...

    Mira Rajput On Tree : কি কৰিব ভাবি নাপাই গছতেই বগালে মীৰা ৰাজপুতে! অনুৰাগীয়ে ৰগৰ কৰি ক'লে এইদৰে...

    অভিনেত্ৰী শ্বাহিদ কাপুৰ (Shahid Kapoor)ৰ পত্নী মীৰা ৰাজপুত (Mira Rajput) এইকেইদিন তেওঁৰ স্বামীৰ সৈতে মালদ্বীপত অৱসৰ উপভোগ কৰি আছে। মীৰা আৰু শ্বাহিদ দুয়োজনে অনুৰাগীসকলক নিজৰ বিষয়ে আপডেট দি নিৰন্তৰ ফটো শ্বেয়াৰ কৰি আছে।