Malaika Arora বলীউদৰ আটাইতকৈ হট অভিনেত্ৰী। বয়স তেওঁৰ বাবে এটা মাত্ৰ সংখ্যাহে। কোনেও নকয় যে, মলাইকাৰ বয়স ৪৮। নিজৰ বয়সতকৈ বহু সৰু অৰ্জুন কাপুৰৰ সৈতে প্ৰেম মলাইকাৰ। Malaika Arora-ই সম্প্ৰতি তেওঁৰ ছচিয়েল মিডিয়া হেণ্ডেলত এই মেটেলিক হট ড্ৰেছ পিন্ধা ফটো শ্বেয়াৰ কৰিছে। জনা গৈছে যে, এই পোছাকৰ দাম ১ লাখ ৪০ হাজাৰ টকা। লক্ষাধিক টকাৰ এই পোছাক পিন্ধি এক হট এণ্ড বোল্ড লুক ধৰা দিছে মালাইকা আৰোৰাই। বলীউদৰ যিকোনো নায়িকাকে টক্কৰ দিছে তেওঁ। এই পোছাক পিন্ধি যেন মালাইকা আৰোৰা এক জীৱন্ত মূৰ্তি। এই পোষ্ট এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। মেটেলিক ড্ৰেছৰ সৈতে হাই হীল। মালাইকাৰ এই ফটোত বহুতে কৰিছে বিভিন্ন ধৰণে কমেণ্ট। মালাইকা আৰোৰা।