বয়স ৪৮। কিন্তু এতিয়াও বহু পুৰুষৰ সপোনৰ ৰাণী মলাইকা আৰোৰা। জিম লুকৰ পৰা এয়াৰপোৰ্ট লুক, সকলোৱেই ভাইৰেল ছচিয়েল মিডিয়াত। সম্প্ৰতি এটা সোণালী মিনি ড্ৰেছ পৰিধান কৰি ফটোশ্বুট কৰিলে মলাইকাই। সেই ফটো দেখি বহুতে কোনে কব মলাইকাৰ বয়স ৫০ৰ আশে-পাশে বুলি। মিনি ড্ৰেছ পৰিধান কৰা ফটো মডেলগৰাকীয়ে নিজৰ ছচিয়েল মিডিয়া চাইটত। মলাইকা। মলাইকা। মলাইকা