Home » photogallery » entertainment »Mahalakshmi-Ravichandran: আমি এজন আনজনৰ বাবে সৃষ্টি হোৱা নাই, দ্ৱিতীয় বিবাহৰ পিছত এই কথা কিয় ক'লে মহালক্ষ্মী-ৰবীন্দ্ৰই!

Mahalakshmi-Ravichandran: আমি এজন আনজনৰ বাবে সৃষ্টি হোৱা নাই, দ্ৱিতীয় বিবাহৰ পিছত এই কথা কিয় ক'লে মহালক্ষ্মী-ৰবীন্দ্ৰই!

Mahalakshmi-Ravichandran: প্ৰযোজক আৰু অভিনেত্ৰী দুয়োৰে এইখন দ্বিতীয় বিবাহ। মহালক্ষ্মীৰ আগৰ স্বামীৰ লগত এজন পুত্ৰও আছে। বিচ্ছেদৰ পিছত দুয়ো দুয়োৰে প্ৰেমত পৰে। কোৱা বাহুল্য যে প্ৰেম বয়স বা চেহেৰাৰ উৰ্দ্ধত।

শেহতীয়া বাতৰি