ক'লা শাৰীত ছচিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে (Madhuri Dixit Storm) মাধুৰী দীক্ষিতে। ভাইৰেল হৈ পৰিছে মাধুৰীৰ এইসমূহ ফটো (Madhuri Dixit viral photos)। ফটো-ইনষ্টাগ্ৰাম মাধুৰী দীক্ষিতক নীলা ফুলৰ শাৰীত অপৰূপা দেখা গৈছে। ফটো সৌজন্য ইনষ্টাগ্ৰাম। পৰম্পৰাগত ৰেচম শাৰী পৰিধানেৰে সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে। ফটো সৌজন্য ইনষ্টাগ্ৰাম। মাধুৰী দীক্ষিতক এখন শিমৰিং শাৰীত ধুনীয়া লাগিছে। ফটো সৌজন্য ইনষ্টাগ্ৰাম। বেল্টযুক্ত শাৰী আৰু চুটি জেকেটেৰে আকৰ্ষণীয় মাধুৰী। ফটো সৌজন্য ইনষ্টাগ্ৰাম। মাধুৰী দীক্ষিতক ৰঙা ৰেচমৰ শাৰীত ধুনীয়া লাগিছে। ফটো সৌজন্য ইনষ্টাগ্ৰাম। ছচিয়েল মিডিয়াত ব্যাপক হাৰত ভাইৰেল হৈছে মাধুৰী। ফটো-ইনষ্টাগ্ৰাম বলীউডৰ ঢকধক গাৰ্ল মাধুৰী দীক্ষিতে এখন মুদ্ৰিত শাৰীত প'জ দিছে ৷ ফটো সৌজন্য ইনষ্টাগ্ৰাম৷ মাধুৰী দীক্ষিতে পুনৰ ছ'চিয়েল মিডিয়াত এই পোছাক পিন্ধি ধুুমুহাৰ সৃষ্টি কৰিছে। ফটো সৌজন্য ইনষ্টাগ্ৰাম। মাধুৰী দীক্ষিতক পেষ্টল গুলপীয়া শাৰীত অবিশ্বাস্য ধুনীয়া দেখাইছে। ফটো সৌজন্য ইনষ্টাগ্ৰাম।