টিভি ধাৰাবাহিক 'কুণ্ডলী ভাগ্য' (Kundali Bhagya)ৰ বিখ্যাত অভিনেত্ৰী শ্ৰদ্ধা আৰ্য (Shraddha Arya Husband)ই নিজৰ স্বামীৰ সৈতে নিজৰ বৈবাহিক জীৱনৰ আনন্দ পূৰাদমে উপভোগ কৰিছে। শেহতীয়াকৈ শ্ৰদ্ধাই নিজৰ হনীমুনৰ কেইবাখনো ছবি (Shraddha Arya honeymoon Photos) শ্বেয়াৰ কৰিছে। ছবিত শ্ৰদ্ধাক মালদ্বীপৰ সাগৰ তীৰত এনজয় কৰি থকা মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰিছে। (Instagram/sarya12)