শ্ৰদ্ধা (Shraddha Arya)ৰ স্বামী ৰাহুল ভাৰতীয় নৌসেনাৰ (Indian Navy) এজন বিষয়া। শ্ৰদ্ধা আৰু ৰাহুলক বিয়াৰ সময়ত এটা নিখুঁত যুটীৰূপে দেখা গৈছিল। শ্ৰদ্ধাই গাঢ় ৰঙা ৰঙৰ আৰু সোণালী বৰ্ডাৰ থকা ডিজাইনাৰ লেহেঙ্গা পিন্ধিছিল আৰু সেনা বিষয়া ৰাহুলক বগা শ্বেৰৱানীত দেখা গৈছিল।