உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » entertainment »'Kundali Bhagya'ৰ নায়িকা Shraddha Arya হ'ল নৌসেনাৰ কমাণ্ডাৰ ৰাহুল নাগলৰ কইনা, দুয়োৰে ছবিয়ে জিনিছে অনুৰাগীৰ হৃদয়...

    'Kundali Bhagya'ৰ নায়িকা Shraddha Arya হ'ল নৌসেনাৰ কমাণ্ডাৰ ৰাহুল নাগলৰ কইনা, দুয়োৰে ছবিয়ে জিনিছে অনুৰাগীৰ হৃদয়...

    Shraddha Arya Marriage: শ্ৰদ্ধা (Shraddha Arya)ৰ স্বামী ৰাহুল ভাৰতীয় নৌসেনাৰ (Indian Navy) এজন বিষয়া। শ্ৰদ্ধা আৰু ৰাহুলক বিয়াৰ সময়ত এটা নিখুঁত যুটীৰূপে দেখা গৈছিল। শ্ৰদ্ধাই গাঢ় ৰঙা ৰঙৰ আৰু সোণালী বৰ্ডাৰ থকা ডিজাইনাৰ লেহেঙ্গা পিন্ধিছিল আৰু সেনা বিষয়া ৰাহুলক বগা শ্বেৰৱানীত দেখা গৈছিল।