Home » photogallery » entertainment »Kriti Sanon: কৃতি সেননৰ বিয়া নেকি! ন–বোৱাৰীৰ ৰূপত দেখা গ’ল অভিনেত্ৰীগৰাকীক

Kriti Sanon: কৃতি সেননৰ বিয়া নেকি! ন–বোৱাৰীৰ ৰূপত দেখা গ’ল অভিনেত্ৰীগৰাকীক

কৃতিক এই পোছাকত প্ৰশংসাৰে ওপচাই পেলাইছে অনুৰাগীয়ে। আনকি তেওঁলোকে কৈছে বাস্তৱ জীৱনতো শীঘ্ৰে এই সাজত চাব বিচাৰে কৃতিক। এই ফটোসমূহ অভিনেত্ৰীগৰাকীয়ে নিজেই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।