Home » photogallery » entertainment »অমিতাভ বচ্চনৰ ঘৰ ভাড়ালৈ ল’লে কৃতি ছেননে, নতুন ঘৰত পালন কৰিব দিপাৱলী

অমিতাভ বচ্চনৰ ঘৰ ভাড়ালৈ ল’লে কৃতি ছেননে, নতুন ঘৰত পালন কৰিব দিপাৱলী

কৃতিয়ে দীৰ্ঘদিন ধৰি এটা সুন্দৰ ঘৰৰ সন্ধানত আছিল। অমিতাভ বচ্চনৰ এই ঘৰটো দেখা মাত্ৰেই পছন্দ হয় অভিনেত্ৰীগৰাকীৰ।