বলীউড এক্টৰ টাইগাৰ শ্ৰফ (Tiger Shroff)ৰ ভনীয়েক আৰু জেকি শ্ৰফ (Jackie Shroff)ৰ জীয়ৰী যদিও ফিল্ম ইণ্ডাষ্ট্ৰীৰ পৰা আঁতৰি আছে, তথাপিও ছচিয়েল মিডিয়াত যথেষ্ট সংখ্যক অনুৰাগী আছে। কৃষ্ণা নিজৰ ফিটনেছক লৈ খুউব সচেতন আৰু সদায়ে চৰ্চাত থাকে। কেইদিনমাৰ পৰা তেওঁৰ ফিটনেছ ফটো ছুটে ছচিয়েল মিডিয়া তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে। এই ফটোবোৰত তেওঁৰ গ্লেমাৰাছ অৱতাৰৰ উপৰিও আৰু এটা বিষয় আছে, যাাৰ বাবে বিশেষ চৰ্চা লাভ কৰিছে, সেইটো হ'ল তেওঁৰ ফিটনেছ। ফটো: @KrishnaShroff Instagram)