কেইদিনমান আগতে খবৰ পোৱা গৈছিল যে কে এল ৰাহুল আৰু আথিয়া তিনি মাহৰ ভিতৰত বিবাহপাশত আৱদ্ধ হ'বলৈ গৈ আছে। কিন্তু চেলিব্ৰিটি দম্পতীহালে কৈছিল যে এই খবৰটো সঁচা নহয়।
3/ 6
এতিয়া জনা গৈছে যে কে এল ৰাহুল আৰু আথিয়াই অহা বছৰ জানুৱাৰী বা ফেব্ৰুৱাৰীত বিবাহপাশত আৱদ্ধ হ'ব।
4/ 6
বিয়াৰ পিছত তেওঁলোক ৰণবীৰ সিং-আলিয়া ভাটৰ চুবুৰীয়া হ'ব। কে এল অ আথিয়া মুম্বাইৰ পালি হিলৰ এটা ঘৰত থাকিব। ঘৰটোৰ নিৰ্মাণ এতিয়া চলি আছে।
5/ 6
ৰাহুল আৰু আথিয়া থাকিব লগা অট্টালিকা, সান্ধু পেলেচ ৰণবীৰ-আলিয়াৰ ঘৰৰ ঠিক কাষতে আছে।
6/ 6
অৱশ্যে কে এল ৰাহুল আৰু আথিয়াৰ বিবাহৰ তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই। তেওঁলোকৰ বিয়া ক'ত হ'ব সেই ঠাইখন এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই।