'শ্বেৰশাহ'ৰ নায়ক আৰু নায়িকাই কেৱল ঘনিষ্ঠ বন্ধু আৰু পৰিয়াল আৰু আত্মীয়ৰ উপস্থিতিতহে বিবাহ পাশত আৱদ্ধ হ'ব। বিয়াখন সম্পূৰ্ণ পাঞ্জাৱী শৈলীত অনুষ্ঠিত হ'ব। ৬ তাৰিখে, তাৰকা যুটী সাতপাক ঘূৰিব। কিন্তু তাৰ আগতে, ৪ আৰু ৫ তাৰিখে এক বিশাল অনুষ্ঠানৰ আয়োজন কৰা হৈছে। (ফটো: সূৰ্যগড় প্ৰাসাদৰ ফেচবুক পৃষ্ঠাৰ পৰা)