Home » photogallery » entertainment »Sid-Kiara Wedding: সিদ্ধাৰ্থ-কিয়াৰাই কিয় বিয়াৰ বাবে সূৰ্যগড় পেলেচ বাছনি কৰিছে ? জানক ইয়াৰ উত্তৰ ...

Sid-Kiara Wedding: সিদ্ধাৰ্থ-কিয়াৰাই কিয় বিয়াৰ বাবে সূৰ্যগড় পেলেচ বাছনি কৰিছে ? জানক ইয়াৰ উত্তৰ ...

Kiara Advani Siddharth Malhotra Wedding: কেৱল দেশতে নহয়, সমগ্ৰ বিশ্বৰ সকলোৱে ৰাজস্থানৰ ৰাজকীয় শৈলীৰ বিষয়ে অৱগত। ৰাজস্থানৰ নাম অহাৰ লগে লগে ইয়াত গৌৰৱ,পোছাক আৰু খাদ্যৰ আলোচনা হয়। এইকাৰণেই ৰাজস্থান বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বিবাহৰ গন্তব্য স্থান হিচাপে দিনক দিনে বিখ্যাত হৈ উঠিছে। বলীউডৰ তাৰকা সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীয়ে বিবাহৰ এই তালিকাত এটা নতুন নাম যোগ কৰিছে।

শেহতীয়া বাতৰি