কিয়াৰা আদৱানীয়ে (Kiara Advani) তেওঁৰ অভিনয় আৰু নৃত্য দক্ষতাৰে দৰ্শকৰ মনত স্থান লাভ কৰিছে। অনুৰাগীসকল ফেশ্বনৰ যাদু আৰু তেওঁৰ ফিগাৰৰ দ্বাৰা আকৰ্ষিত হয়। অভিনেত্ৰীগৰাকীয়ে অলপতে চুইমিং পুলত জালকেলিৰ এই ছবিখন পোষ্ট কৰি social mediaত খলকনি তুলিছে। ছবিখন মুহূৰ্ততে ভাইৰেল হৈ পৰিছে।