Home » photogallery » entertainment »Kiara Advani B'day Spl: কিয়াৰা আদৱানীৰ জন্মদিনত জানি লওক তেওঁৰ জীৱনৰ লগত জড়িত কিছুমান বিশেষ কথা

Kiara Advani B'day Spl: কিয়াৰা আদৱানীৰ জন্মদিনত জানি লওক তেওঁৰ জীৱনৰ লগত জড়িত কিছুমান বিশেষ কথা

Happy Birthday Kiara Advani: বলীউডৰ এগৰাকী উদীয়মান অভিনেত্ৰী কিয়াৰা আদৱানীয়ে নিজৰ অভিনয়ৰ লগতে নিজৰ সৌন্দৰ্য্যৰে অনুৰাগীক উন্মাদ কৰি তুলিছে। আজি ৩১ জুলাইত ৩০ সংখ্যক জন্মদিন উদযাপন কৰিছে অভিনেত্ৰীগৰাকীয়ে। আহক, এই উপলক্ষে, অভিনেত্ৰীগৰাকীৰ সুন্দৰ ছবিৰ সৈতে তেওঁৰ জীৱনৰ লগত জড়িত কিছুমান বিশেষ কথা জানি লওঁ।