১৯৯২ চনৰ ৩১ জুলাইত মুম্বাইত জন্মগ্ৰহণ কৰা কিয়াৰা আদৱানী (Kiara Advani)ৰ প্ৰকৃত নাম আলিয়া আদৱানী। আজিৰ যুগৰ এগৰাকী অন্যতম প্ৰতিভাশালী অভিনেত্ৰী। 'ফুগ্লি' (২০১৪) ছবিৰে বলীউডত অভিষেক ঘটাইছিল। আহক, অভিনেত্ৰী গৰাকীৰ জন্মদিনত (Kiara Advani Birthday) তেওঁৰ জীৱনটোক আৰু অলপ ভালকৈ জানি লওঁ। (ফটো ক্ৰেডিট: Instagram@kiaraaliaadvani)