বিকি কৌশল আৰু কেটৰিনাৰ বিয়াক লৈ (Katrina Kaif Vicky Kaushal wedding) এতিয়া বলীউদত তুমুল চৰ্চা। এই গ্ৰেণ্ড ৱেডিঙক লৈ বিভিন্ন ধৰণৰ চৰ্চা চলিলেও এতিয়ালৈ মুখ খোলা নাই বিকি–কেটৰিনাই। ৰাজস্থানত চলিছে ৰাজকীয় বিয়াৰ প্ৰস্তুতি। ইয়াৰ মাজতে প্ৰশ্ন উঠিছে হানিমুনত ক’লৈ যাব কেটৰিনা আৰু বিকি?