Home » photogallery » entertainment »Katrina Kaif Vicky Kaushal wedding : পাহাৰ, সমুদ্ৰ নে জংঘল? হানিমুনত ক’লৈ যাব বিকি–কেটৰিনা?

Katrina Kaif Vicky Kaushal wedding : পাহাৰ, সমুদ্ৰ নে জংঘল? হানিমুনত ক’লৈ যাব বিকি–কেটৰিনা?

Katrina Kaif Vicky Kaushal wedding : শুনা গৈছে যে মুম্বাইলৈ ওভতাৰ পিছত বলীউদৰ তাৰকাসকলৰ বাবে এটা ৰিচেপচন পাৰ্টীৰ আয়োজন কৰিব দুই তাৰকাই। উল্লেখযোগ্য যে বিয়াৰ পিছত মুম্বাইৰ বিলাসবহুল এপাৰ্টমেণ্টত থাকিব তাৰকা যুটীয়ে।