বিয়া হোৱাৰ এমাহেই হ'ল, এতিয়াও ন কইনাৰ বেশ এৰা নাই কেটৰিনা কাইফে (Katrina Kaif Flaunts Mangalsutra)। বিকি কৌশলৰ গৃহীণীৰ শেহতীয়া ফটোৱে আকৌ এবাৰ সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি কৰিছে। অভিনেত্ৰীগৰাকীয়ে হট পেণ্টৰ সৈতে চুৱেটাৰ পিন্ধি সম্পূৰ্ণ ঘৰুৱা মেজাজত বহি থকা দেখা গৈছে । (Katrina Kaif Flaunts Mangalsutra)। চুৱেটাৰৰ ফাকেৰে তেওঁৰ মঙ্গলসূত্ৰই(Katrina Kaif Flaunts Mangalsutra) দৃষ্টি আকৰ্ষণ কৰিছে। চাওক...