কেটৰিনা কাইফ আৰু বিকি কৌশল। বলীউডৰ অন্যতম জনপ্ৰিয় দম্পতী। ২০২১ চনৰ ৯ ডিচেম্বৰত ৰাজকীয় শৈলীৰে বিবাহপাশত আবদ্ধ হয় দুয়োৰে। (photo source Instagram) ভিকি কেটতকৈ বহুত সৰু। কিন্তু প্ৰেমৰ বয়স নাই। বিবাহৰ পিছত আজি কেটৰিনা আৰু বিকি কৌশলৰ প্ৰথম কৰৱা চৌথ। (photo source Instagram) গোটেই দিনটো উপবাস কৰি কেটৰিনা কাইফে চন্দ্ৰ উদয়লৈ অপেক্ষা কৰি থাকিল। ৰঙা শাৰী পিন্ধি তেওক মনোমোহা দেখা যায়। অফ হোৱাইট পাঞ্জাবীত অতি সুদৰ্শন বিকি। (photo source Instagram) চন্দ্ৰ উদয় হোৱাৰ পিছত কেটৰিণাই চন্দ্ৰৰ সৈতে বিকিৰ মুখ দেখি, স্বামীৰ হাতৰ পৰা পানী খাই কৰবা চৌথ ভঙ্গ কৰে।(photo source Instagram) কিন্তু মুম্বাইৰ ঘৰত কেৱল বিকি, কেটৰিনা, কেটৰিনাৰ শহুৰ-শাহুও উপস্থিত আছিল! (photo source Instagram)