এই সময়ত ছচিয়েল মিডিয়া কঁপাইছে মডেল অভিনেত্ৰী কৰিশ্মা কোটাকে। নিজৰ আকৰ্ষণীয় সৌন্দৰ্যই মোহাচন্ন কৰিছে বিভিন্নজনক। এইবাৰ ক'লা পোছাক পৰিধান কৰি ফটো শ্বেয়াৰ কৰিলে অভনেত্ৰীগৰাকীয়ে। অভিনেত্ৰীগৰাকীৰ ফটো এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। অভিনেত্ৰীগৰাকী প্ৰায়ে সংক্ৰিয় ছচিয়েল মিডিয়াত। অভিনেত্ৰীগৰাকীৰ ফটোত বিভিন্নজনে কৰিছে বিভিন্নধৰণৰ কমেণ্ট। মডেলিং জগততো অভিনেত্ৰীগৰাকীৰ আছে সুনাম। কিন্তু অভিনেত্ৰীগৰাকীৰ নতুন ফটো আপলোডৰ পিছতে একাংশই ট্ৰল কৰিছে অভিনেত্ৰীগৰাকীক। একাংশই অভিনেত্ৰীগৰাকীক পেণ্ট পৰিধান কৰিবলৈ পাহৰিলে নেকি বুলি প্ৰশ্ন কৰিছে। ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয় কৰিশ্মা কোটাক। আছে বহু ফলোৱাৰ্ছ। ইনষ্টাগ্ৰামতো অজস্ৰজনে ফলো কৰে অভিনেত্ৰীগৰাকীক।