உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » entertainment »Kareena Kapoor Khan : কোনে ক'ব যে তেওঁ দুই সন্তানৰ মাতৃ ? বলীউডৰ বেবোৰ নতুন ফটোৱে আকৌ প্ৰমাণিত কৰিছে এই কথা ...

    Kareena Kapoor Khan : কোনে ক'ব যে তেওঁ দুই সন্তানৰ মাতৃ ? বলীউডৰ বেবোৰ নতুন ফটোৱে আকৌ প্ৰমাণিত কৰিছে এই কথা ...

    Kareena Kapoor Khan : তেওঁ বলীউডৰ বেবো। কাপুৰ পৰিয়ালৰ জীয়ৰী আৰু নৱাব পৰিয়ালৰ বোৱাৰী। গতিকে বলীউডত তেওঁৰ মৰ্যাদাও বেলেগ। লগতে ফেশ্বন চেঞ্চটো ভাল। তেওঁ কৰীণা কাপুৰ খান।