Home » photogallery » entertainment »Kareena Kapoor Khan : ছইফ আলী খানৰ প্ৰাক্তন পত্নীক ঘৃণা কৰে কৰীণা কাপুৰে ! অমৃতা সিঙক কিয় লগ নকৰে কৰীণাই!

Kareena Kapoor Khan : ছইফ আলী খানৰ প্ৰাক্তন পত্নীক ঘৃণা কৰে কৰীণা কাপুৰে ! অমৃতা সিঙক কিয় লগ নকৰে কৰীণাই!

ছইফ আলী খান (Saif Ali Khan) বেগম আৰু অভিনেত্ৰী কৰীণা কাপুৰ খানে (Kareena Kapoor Khan) আজিলৈকে অমৃতা সিঙ (Amrita Singh)ৰ সৈতে কথা পতা নাই। দুয়োজনৰ মাজৰ এই দূৰত্বৰ কথা কৰীণাই নিজেই প্ৰকাশ কৰিছিল।