অভিনেত্ৰী কংগনা ৰাণাৱটৰ ৰিয়েলিটি শ্ব' লক আপ অ'টিটি প্লেটফৰ্মত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। এই শ্ব'টোত প্ৰতিযোগীসকলে জীৱনৰ এক বেয়া অভিজ্ঞতা বা এক অকথিত ঘটনা প্ৰকাশ কৰে।(Image: Instagram) যেনেদৰে দক্ষ অভিনেত্ৰী তেনেদৰে বলীউডৰ আটাইতকৈ ধুনীয়া নায়িকাসকলৰ ভিতৰত এগৰাকী। উজ্জ্বল ছাল, আকৰ্ষণীয় চেহেৰা, ষ্টাইল ষ্টেটমেণ্টৰ সৈতে, কংগনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। (Image: Instagram) দৰাচলতে কংগনা প্ৰকৃততেই বলীউডৰ 'কুইন'। এই পাহাৰীয়া নায়িকাগৰাকী কেৱল পৰ্দাতে নহয়, সঁচাকৈয়ে ধুনীয়া। (Image: Instagram) অভিনেত্ৰীগৰাকীয়ে বেঙুনীয়া থাই শ্লিট গাউন পিন্ধি ইণ্টাৰনেটত খলকনি তুলিছে। (Image: Instagram) নীলা পোছাকত খোলা বক্ষ বিভাজিকাৰ সৈতে আকৌ সাহসী ৰূপত কংগনা। (Image: Instagram)