কংগনা ৰানাউটে ইনষ্টাগ্ৰাম একাউণ্টত বহু ছবি শ্বেয়াৰ কৰিছে। এই ছবিবোৰ তেওঁৰ পাৰিবাৰিক ভ্ৰমণৰ। কংগনা আজিকালি মনালীত আছে। তাই পৰিয়ালৰ সৈতে পিকনিক খাবলৈ গৈছিল মনালীৰ ধুনীয়া স্থানলৈ। কংগনাৰ এই ছবিবোৰত ভগ্নী ৰংগোলী চান্দেল, ভতিজা পৃথ্বী আৰু তেওঁলোকৰ পিতৃ-মাতৃকো দেখা পোৱা যায়। (ফটো ক্ৰেডিট: Instagram @kanganaranaut)