Home » photogallery » entertainment »Kangana Ranaut: 'ধাকড়' ফ্লপ হোৱাৰ পিছত পৰিয়ালৰ সৈতে পিকনিকলৈ গৈছে কংগনা ৰানাউট, ক'লে - 'এইটো ব্ৰেক অতি জৰুৰী'

Kangana Ranaut: 'ধাকড়' ফ্লপ হোৱাৰ পিছত পৰিয়ালৰ সৈতে পিকনিকলৈ গৈছে কংগনা ৰানাউট, ক'লে - 'এইটো ব্ৰেক অতি জৰুৰী'

কংগনা ৰানাউটে (Kangana Ranaut Picnic Photos) ইনষ্টাগ্ৰামত ছবি শ্বেয়াৰ কৰি অনুৰাগীসকলক জনাইছে যে তেওঁ পৰিয়ালৰ সৈতে পিকনিকলৈ গৈছিল। তেওঁ লগতে ক’লে যে তেওঁক এনে এটা বিৰতিৰ অতি প্ৰয়োজন আছিল। এই ছবিবোৰত কংগনাক যথেষ্ট সুখী হোৱা দেখা গৈছে।