প্ৰতি বছৰে কাজলে পূজা মণ্ডপত উপস্থিত হৈ মা দুৰ্গাৰ আশিস গ্ৰহণ কৰে। কোৰোণাৰ বাবে বিগত বৰ্ষৰ দৰে এইবাৰো সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে পূজা ভাৰ্ছুৱেল পদ্ধতিৰে পালনৰ সিদ্ধান্ত লৈছিল। ইয়াৰ ফলত পেণ্ডেলত অধিক ভিৰ জমা নহ’ব, কিন্তু কাজলে ইয়াৰ পিছতো মা দুৰ্গাৰ আশিস ল’বলৈ উপস্থিত হয়। (ফটো : Viral Bhayani)