ভাৰতীয় দলৰ তাৰকা পেচ বলাৰ বুমৰাহ এতিয়া বিশ্বকাপ ক্ৰিকেটক লৈ ব্যস্ত। দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সুন্দৰ বলিং প্ৰদৰ্শনেৰে ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰিছিল যছপ্ৰীট বুমৰাহে। কিন্তু ছচিয়েল মিডিয়া আৰু মেইনষ্ট্ৰিম মিডিয়াত অন্য এক বিষয়তহে বুমৰাহে এতিয়া দখল কৰিছে সংবাদ শিৰোনাম