বলীউদৰ নতুন প্ৰজন্মৰ প্ৰথম শাৰীৰ অভিনেত্ৰী জাহ্নৱী কাপুৰ। জাহ্নৱীৰ সৌন্দৰ্যত মুগ্ধ নেটিজেন। সম্প্ৰতি ক'লা শ্বুইম শ্বুটত অভিনেত্ৰীগৰাকীৰ ফটোৱে তোলপাৰ লগাইছে ছচিয়েল মিডিয়া। ফ্লোৰাল বিকিনীত পানীৰ মাজত দেখা গৈছে জাহ্নৱী কাপুৰক। হালধীয়া ৰঙৰ এই বিকিনীৰ দাম ১৭ হাজাৰ টকা। এই ফটো এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। শ্ৰীদেৱীৰ কন্যাৰ গ্লেমাৰিয়াছ লোক এতিয়া আলোচনাৰ কেন্দ্ৰবিন্দু। সম্প্ৰতি গোলাপী ৰঙৰ শ্বুইমশ্বুটত ফটো আপলোড কৰিছিল জাহ্নৱীয়ে। জাহ্নৱী কাপুৰ।