உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » entertainment »PHOTOS: ক'লা-ৰঙা সাজত ছচিয়েল মিডিয়াত ছুনামী তুলিছে জাহ্নৱী কাপুৰে, চকু আঁতৰাব পৰা নাই অনুৰাগীয়ে

    PHOTOS: ক'লা-ৰঙা সাজত ছচিয়েল মিডিয়াত ছুনামী তুলিছে জাহ্নৱী কাপুৰে, চকু আঁতৰাব পৰা নাই অনুৰাগীয়ে

    জাহ্নৱী কাপুৰ (Janhvi Kapoor) হৈছে ছচিয়েল মিডিয়াত সময় পাৰ কৰি ভাল পোৱা অভিনেত্ৰীসকলৰ মাজৰ এগৰাকী। বলীউডৰ সকলো পাৰ্টী আৰু ইভেণ্টত ভাগ লয় জাহ্নৱী কাপুৰে। নিজৰ গ্লেমাৰৰ জৰিয়তে প্ৰায়েই অনুৰাগীৰ মন আকৰ্ষণ কৰে জাহ্নৱীয়ে। জাহ্নৱীয়ে শেহতীয়াকৈ নিজৰ কেইখনমান বোল্ড আৰু ধুনীয়া ফটো (Janhvi Kapoor Photos) শ্বেয়াৰ কৰিছে।