Home » photogallery » entertainment »Janhvi Kapoor Future Partner: জাহ্নৱী কাপুৰক লাগে ৬টা গুণ থকা জীৱনসংগী, আপোনাৰ আছেনে এই ছয়টা গুণ

Janhvi Kapoor Future Partner: জাহ্নৱী কাপুৰক লাগে ৬টা গুণ থকা জীৱনসংগী, আপোনাৰ আছেনে এই ছয়টা গুণ

২৫ বছৰীয়া ডিভা, জাহ্নৱী কাপুৰে এই মুহূৰ্তত কাকো ডেটিং কৰা নাই, কিন্তু নিশ্চিতভাৱে নিজৰ ভৱিষ্যত সংগী (Janhvi Kapoor future partner) বিচাৰি আছে। এটা সাক্ষাৎকাৰৰ সময়ত নিজকে প্ৰকাশ কৰি থাকোঁতে তেওঁ সেই ৬টা গুণৰ বিষয়ে কৈছিল, যিবোৰ তেওঁ নিশ্চিতভাৱে নিজৰ সংগীৰ মাজত থকাটো বিচাৰে।