মাতৃ দিৱস উপলক্ষে বলীউদৰ অভিনেত্ৰী জাহ্নৱী কাপুৰে তেওঁৰ স্বৰ্গীয় মাতৃ অভিনেত্ৰী শ্ৰীদেৱীক স্মৰণ কৰে৷ এখন থ্ৰোবেক ফটো শ্বেয়াৰ কৰে৷ ফটোখনত, শ্ৰীদেৱীয়ে শিশু জাহ্নৱীৰ বাহুত ধৰি আছে। ছবিখনৰ সৈতে, জাহ্নৱীয়ে এক আৱেগিক কেপশ্যন লিখিছে, শ্ৰীদেৱী তেওঁৰ অনুপস্থিতিতো শ্ৰেষ্ঠ মাতৃ।