তথাকথিত জিৰো ফিগাৰ বা শ্লিম চেহেৰা নহয়! কাৰ্ভি হিচাপেই পৰিচিত অভিনীত ইনিয়ানা ডিক্ৰুজ। চেহেৰাৰ বাবে বহুবাৰ ট্ৰোলড হৈছে। তথাপিও সেই নিন্দাক গুৰুত্ব নিদি বিকিনী পিন্ধি ফটো পোষ্ট কৰে ইলিয়ানাই। ছুইমিং পুলত নিজৰ সৈতে সময় কটাইছে ইলিয়ানাই। ইলিয়েনাৰ এই ফটো ছচিয়েল মিডিয়াত ভাইৰেল। ইলিয়েনাৰ ফটো দেখি নেটিজেনে কৰিছে ভিন ভিন ধৰণে প্ৰতিক্ৰিয়া। ইলিয়েনা ডিক্ৰুজ। ইলিয়েনা ডিক্ৰুজ। ইলিয়েনা ডিক্ৰুজ। ইলিয়েনা ডিক্ৰুজ। ইলিয়েনা ডিক্ৰুজ।