உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » entertainment »Hrithik Roshan B'day Spl: হৃত্বিক ৰোশন হৈছে বলীউডৰ গ্ৰীক ঈশ্বৰ, এসময়ত আছিল চেইন স্মোকাৰ ...

    Hrithik Roshan B'day Spl: হৃত্বিক ৰোশন হৈছে বলীউডৰ গ্ৰীক ঈশ্বৰ, এসময়ত আছিল চেইন স্মোকাৰ ...

    Happy Birthday Hrithik Roshan: হৃত্বিক ৰোশনে এখন দুখন নহয়, বহুতো চুপাৰহিট ছবি উপহাৰ দিছিল। 'কহো না প্যাৰ হে'ৰ পৰা ৱাৰলৈকে, বহুতো হিট ছবি তেওঁৰ তালিকাত আছে। হৃত্বিক ৰোশনক বলীউডৰ গ্ৰীক ঈশ্বৰ (Greek God of Bollywood) বুলি কোৱা হয়, কিন্তু আপুনি জানেনে ইয়াক কিয় কোৱা হয়?