Home » photogallery » entertainment »New Mom Priyanka Chopra|| কন্যা সন্তানৰ মাতৃ প্ৰিয়ংকা! এতিয়া কিদৰে কৰিছে নিজৰ ৰূপ-চৰ্চা?

New Mom Priyanka Chopra|| কন্যা সন্তানৰ মাতৃ প্ৰিয়ংকা! এতিয়া কিদৰে কৰিছে নিজৰ ৰূপ-চৰ্চা?

সম্প্ৰতি চাৰোগেচী পদ্ধতিৰে মাতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে প্ৰিয়ংকা চোপ্ৰাই। জোনাছ পৰিয়ালৰ ফালৰ পৰা প্ৰিয়ংকাই নিজে ছচিয়েল মিডিয়া হেণ্ডেলত এই কথা জনাইছে।