হিন্দী চিৰিয়েলৰ অভিনেত্ৰীৰ ভিতৰত অন্যতম জনপ্ৰিয় হিনা খান। কেৱল অভিনয়ৰ বাবেই নহয়, অন্য ফেশ্বন অৱতাৰৰ বাবেও চৰ্চাত থাকে হিনা। সম্প্ৰতি গাঢ় সেউজীয়া ৰঙৰ চেলুৱাৰ পিন্ধি ফটোশ্বুট কৰিছিল হিনাই। আৰু এই ফটো নেটিজেনে যথেষ্ট প্ৰশংসা কৰিছে। শাৰী পিন্ধাৰ নতুন ধৰণ। টাই এণ্ড ডাই শাড়ীৰ সৈতে কাষ্টমাইজড ব্লাউজ পৰিধান কৰিছে হিনাই। নীলা লেহেংগাৰে সজাইছিল হিনাক। লেহেংগাৰ সৈতে অভিনেত্ৰীৰ আকৰ্ষণীয় লুক। ফ্লোৰাল প্ৰিণ্টেড শাৰী পৰিধান কৰিছে হিনাই। এই লুকত ফেশ্বনিষ্টা অভিনেত্ৰী। প্ৰিণ্টেড কুৰ্তাৰ সৈতে পালাজো পেণ্ট পিন্ধিছে হিনাই। এথনিক লুকত হিনা। প্যাষ্টেল ৰঙৰ লেহেংগা পিন্ধিছে হিনাই। মুগ্ধ নেটিজেন। প্ৰিণ্টেড কুৰ্তাৰ সৈতে লেহেংগা। হিনা খানৰ এইবোৰ ফটো এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।