Home » photogallery » entertainment »Hema Malini B'day Spl: হেমা মালিনী এনেয়ে Dream Girl হোৱা নাছিল ! এইবোৰ গুণৰ কাৰণেই হেমা মালিনী আছিল সেই সময়ৰ শীৰ্ষ অভিনেত্ৰী...

Hema Malini B'day Spl: হেমা মালিনী এনেয়ে Dream Girl হোৱা নাছিল ! এইবোৰ গুণৰ কাৰণেই হেমা মালিনী আছিল সেই সময়ৰ শীৰ্ষ অভিনেত্ৰী...

হেমা মালিনী (Hema Malini) তেওঁৰ সময়ৰ শীৰ্ষ অভিনেত্ৰী আছিল। তেওঁ বহুতো ব্লকবাষ্টাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ইমানেই ধুনীয়া যে তেওঁক 'Dream Girl' বুলি কোৱা হয়।