உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » entertainment »Harnaaz Sandhu is Miss Universe 2021: ৰূপে–গুণে অপৰূপা! দেশৰ আঠ সুন্দৰীৰ জীৱনৰ কাহিনী

    Harnaaz Sandhu is Miss Universe 2021: ৰূপে–গুণে অপৰূপা! দেশৰ আঠ সুন্দৰীৰ জীৱনৰ কাহিনী

    Harnaaz Sandhu is Miss Universe 2021: ইজৰাইলৰ ইলাত অনুষ্ঠিত ৭০সংখ্যক মিছ ইউনিভাৰ্ছ ইভেণ্টত (Harnaaz Sandhu is Miss Universe 2021) বিজয়ীৰ খিতাপ আঁজুৰি আনিলে ভাৰতে। মিছ ইউনিভাৰ্ছ ২০২১ৰ খিতাপ দখল কৰে পঞ্জাবৰ ২১ বছৰীয়া হাৰনাজ সান্ধুৱে।