২৪ জুনত কপিল শৰ্মা শ্ব’ৰ খ্যাতিসম্পন্ন সুমনা চক্ৰৱৰ্তীৰ জন্মদিন। কমেডিয়ান হিচাপে সুমোনাই আজিকালি যথেষ্ট নাম অৰ্জন। সুমনাক দেখাত সহজ সৰল, ফূৰ্তিবাজ স্বভাৱৰ বুলি গণ্য কৰা হয় যদিও অভিনেত্ৰীগৰাকীয়ে জীৱনত বহুতো উত্থান-পতন দেখিছে। তেখেতৰ জন্মদিন উপলক্ষে তেখেতৰ কিছু নজনা কথা জানক।