Home » photogallery » entertainment »HBD Kiara Advani: আপুনি জানেনে মোহময়ী অভিনেত্ৰী কিয়াৰাৰ প্ৰকৃত নাম আলিয়া আদৱানী ? ছলমানৰ প্ৰাক্তন প্ৰেয়সীৰে কি সম্পৰ্ক কিয়াৰাৰ ?

HBD Kiara Advani: আপুনি জানেনে মোহময়ী অভিনেত্ৰী কিয়াৰাৰ প্ৰকৃত নাম আলিয়া আদৱানী ? ছলমানৰ প্ৰাক্তন প্ৰেয়সীৰে কি সম্পৰ্ক কিয়াৰাৰ ?

Happy Birthday Kiara Advani: কিয়াৰা আদৱানী ৰ জন্ম ১৯৯২ চনৰ ৩১ জুলাইত মুম্বাইত হৈছিল। কিয়াৰা এটা ব্যৱসায়ী পৰিয়ালৰ অন্তৰ্ভুক্ত। তেওঁৰ দেউতাকৰ নাম জগদীপ আদৱানী আৰু তেওঁৰ মাতৃৰ নাম জেনেভিজ জাফৰী।

শেহতীয়া বাতৰি