Home » photogallery » entertainment »Gunjan Sinha : ''ঝলক দিখলা জা ১০''ৰ বিজয়ৰ মুকুত অসমৰ গুঞ্জনলৈ, ট্ৰফীৰ লগতে পুৰস্কাৰ লাভ কৰিলে ২০ লাখ

Gunjan Sinha : ''ঝলক দিখলা জা ১০''ৰ বিজয়ৰ মুকুত অসমৰ গুঞ্জনলৈ, ট্ৰফীৰ লগতে পুৰস্কাৰ লাভ কৰিলে ২০ লাখ

Gunjan Sinha wins Jhalak Dikhhla Jaa 10 : ২০১৪ চনত জন্মগ্ৰহণ কৰা গুঞ্জন সিনহা অসমৰ গুৱাহাটীৰ বাসিন্দা। তেওঁৰ পিতৃ ৰণধীৰ সিনহা এজন আৰক্ষী বিষয়া আৰু মাতৃ হিমাদ্ৰী এগৰাকী গৃহিণী।

  • |

শেহতীয়া বাতৰি