আনহাতে, কৰোনা ভাইৰাছৰ বাবে কোভিড নিৰ্দেশনা কঠোৰভাৱে অনুসৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে। সেইকাৰণে অনুৰাগীসকলক আনকি অধিক ওচৰলৈ আহিবলৈ অনুমতি দিয়া হোৱা নাই। যদিও ছুটিঙৰ খবৰ পোৱাৰ পিছত বহু সংখ্যক লোক ছুটিংস্থলীলৈ দৌৰি গৈছিল আৰু ছানী আৰু আমিশাক এবাৰ ছাবলৈ আগ্ৰহী দেখা গৈছিল।