உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » entertainment »Gadar-2 : পুনৰ সজীৱ হৈছে তাৰা সিং আৰু আৰু ছাকিনাৰ প্ৰেম কাহিনী, চাওক ফটো

    Gadar-2 : পুনৰ সজীৱ হৈছে তাৰা সিং আৰু আৰু ছাকিনাৰ প্ৰেম কাহিনী, চাওক ফটো

    Gadar 2 News: বলীউডঅভিনেতা ছানী দেওল (Sunny Deol) আৰু অভিনেত্ৰী আমিশা পেটেল (Ameesha Patel)ৰ আহিবলগীয়া ছবি 'গদৰ ২'ৰ দৃশ্যগ্ৰহণ আৰম্ভ হৈছে। দুয়ো হিমাচল প্ৰদেশৰ পালমপুৰত ছুটিঙত ব্যস্ত।