অক্ষয় কুমাৰ (Akshay Kumar)ৰ উপস্থিতিয়েই এখন চিনেমা হিট হোৱাৰ সম্ভাৱনা বহু বেছি বঢ়াই তোলে। সেয়ে অক্ষয়ৰ সৈতে প্ৰায় সকলো অভিনেতাই কাম কৰিবৰ এটা সুবিধা বিচাৰি ফুৰে। কিন্তু বলীউড (Bollywood)ত এনে কিছুমান অভিনেত্ৰী (Actress)ও আছে যিসকলে অক্ষয় কুমাৰৰ বিপৰীতে অভিনয় কৰাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। Instagram/akshaykumar/kanganaranaut/official_rani_mukharji)