Home » photogallery » entertainment »Houseful Friday: এখন বা দুখন নহয়, আজি ১০ খন ছবি একেলগে মুক্তি পালে, কোনখন চাবলৈ যাব?

Houseful Friday: এখন বা দুখন নহয়, আজি ১০ খন ছবি একেলগে মুক্তি পালে, কোনখন চাবলৈ যাব?

Houseful Friday: আজিৰ শুকুৰবাৰটো বহুত বেলেগ হৈছে। আজি এখন দুখন নহয়, ১০ খন ছবিয়ে ছবিগৃহত মুক্তি পালে। ইয়াৰ ভিতৰত আছে ‘ডক্টৰ জি’ৰ নাম, ‘কোড নেম তিৰংগা’, কান্নাড়াৰ হিন্দী ‘কান্তৰা’।

  • |

শেহতীয়া বাতৰি