দিশা পাটানিয়ে (Disha Patani) নিজৰ আকৰ্ষণীয় শৈলীৰে অনুৰাগীক বলিয়া কৰি তুলিছে। দিশাৰ সৌন্দৰ্যত তেওঁৰ অনুৰাগীসকল মুগ্ধ। দিশা পাটানিয়ে নিজৰ অত্যন্ত সাহসী অৱতাৰ দেখুৱাবলৈ দিনে দিনে ইনষ্টাগ্ৰামত নিজৰ শেহতীয়া ফটোবোৰ শ্বেয়াৰ কৰি থাকে। যোৱা কেইদিনমানৰ পৰা দিশাৰ বহুতো নতুন ছবি ইণ্টাৰনেটত ভাইৰেল হৈ আছে। (ফটো সৌজন্যঃ Instagram @dishapatani)
দিশা পাটানীয়ে (Disha Patani) ২০১৬ চনৰ ছবি 'এম এছ ধোনী: দ্য আনটোল্ড ষ্ট'ৰী'ৰ (MS Dhoni: The Untold Story) জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। 'এম এছ ধোনী: দ্য আনটোল্ড ষ্ট'ৰী' বোলছবিখনত তেওঁৰ বিপৰীতে আছিল স্বৰ্গীয় অভিনেতা সুশান্ত সিং ৰাজপুত (Sushant Singh Rajpoot)। (ফটো সৌজন্যঃ ইনষ্টাগ্ৰাম @dishapatani) Instagram @dishapatani)