Home » photogallery » entertainment »দিশা পাটানিৰ বিকিনি লুক দেখি বলিয়া হ'ল প্ৰেমিক টাইগাৰ শ্ৰফ! PHOTOত আহিল লাখ লাখ লোকৰ লাইক!

দিশা পাটানিৰ বিকিনি লুক দেখি বলিয়া হ'ল প্ৰেমিক টাইগাৰ শ্ৰফ! PHOTOত আহিল লাখ লাখ লোকৰ লাইক!

দিশা পাটানি (Disha Patani)য়ে অভিনয়ৰ উপৰি ভ্ৰমণ কৰিবলৈ খুব ভাল পায়। প্ৰায়েই নিজৰ ধুনীয়া ফটোবোৰ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে। অভিনেত্ৰীগৰাকীয়ে বিকিনি পিন্ধিবলৈ আৰু ফটো তুলিবলৈ খুব ভাল পায় (Disha Patani Photos, যিটো তেওঁ তেওঁৰ ছচিয়েল মিডিয়া একাউণ্টৰ পৰা অনুৰাগীসকলৰ বাবে শ্বেয়াৰ কৰে। এতিয়া অভিনেত্ৰীগৰাকীৰ শেহতীয়া ফটোখনে নেটিজেনসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে, য'ত তেওঁ বিকিনি পিন্ধি সাহসী ৰূপ দিছে।