প্ৰায়ে নিজৰ অনুৰাগীৰ বাবে আকৰ্ষণীয় ফটো অথবা ভিডিঅ' আপলোড কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে। এইবাৰ দীপলিনাই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে আহিবলগীয়া গীত ’ZIDDI KAANCHA’ৰ এটা ফটো। ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ কৰি লিখিছে– ANNOUNCEMENT!! Official video of ZIDDI KAANCHA releasing very very soon😍