একৰঙীয় সাজৰ ৰাণী দীপিকা পাডুকন। এইখন ছবিত নীলা পোছাকত দেখা গৈছে দীপিকাক (Image: Instagram) হোলীৰ বতৰত একৰঙীয় পোছাকত জিলিকি উঠিছে দীপিকা। (Image: Instagram) সেউজীয়া সাজেৰে সুশোভিত দীপিকা (Image: Instagram) বছ লেডী প'জত দীপিকা এইবাৰ ব্লেক আউটফিটত (Image: Instagram) গোলাপী সাজত মোহময়ী দীপিকা (Image: Instagram) ৰঙা পোছাকত হাঁহিমুখীয়া দীপিকা। (Image: Instagram) শুভ্ৰ বগা সাজত সঁচাকৈয়ে ৰাণী যেন লগা নাইনে দীপিকাক? (Image: Instagram) গাঢ় সেউজীয়া পোছাকত সৰল ভংগীমাত দীপিকাৰ প'জ (Image: Instagram) বেইজ লুকত দীপিকা পাডুকন (Image: Instagram)