Cannes Film Festival 2022ত জুৰীৰ দায়িত্ব ষ্টাইলেৰে আৰম্ভ কৰিছে Deepika Padukone. (Image: Instagram) দীপিকা পাডুকনে (Deepika Padukone) কাঁ ফিল্ম ফেষ্টিভেল (Cannes 2022) প্ৰবেশ কৰাৰ মুহূৰ্তত। (Image: Instagram) আঁঠুলৈ ওখ বুট পিন্ধি কাঁত উপস্থিত হোৱাৰ সময়ত Deepika Padukone. (Image: Instagram) প্ৰথমটো অফিচিয়েল ডিনাৰৰ আগে আগে জুৰীৰ আন আন সদস্যসকলৰ সৈতে ফটোৰ বাবে পজ দিয়াৰ মুহূৰ্তত Deepika Padukone. (Image: Instagram) এই সাজত দীপিকা পাডকোনক অতি ৰাজকীয় লাগিছে। (Image: Instagram) বগা কেপ গাউনত ৰেড কাৰ্পেটত দীপিকা পাডুকোনে। (Image: Instagram) গুলপীয়া ৰঙৰ টিউলে গাউনত দীপিকা পাডুকোন (Deepika Padukone)। (Image: Instagram)