Home » photogallery » entertainment »Deepika Padukone : কান চলচ্চিত্ৰ মহোৎসৱত বিচাৰকৰ ভূমিকাত দৃষ্টি কাঢ়িলে বলীউদৰ অভিনেত্ৰী দীপিকা পাডুকণে

Deepika Padukone : কান চলচ্চিত্ৰ মহোৎসৱত বিচাৰকৰ ভূমিকাত দৃষ্টি কাঢ়িলে বলীউদৰ অভিনেত্ৰী দীপিকা পাডুকণে

Deepika Padukone At Cannes 2022: এই বছৰ নতুন ৰূপত দীপিকা। কান চলচ্চিত্ৰ মহোৎসৱত জুৰিৰ আসনত বহিব অভিনেত্ৰীগৰাকীয়ে। ভাৰতৰ পৰা একমাত্ৰ জুৰি হিচাপে থাকিব দীপিকা।