ৱেষ্ট ইণ্ডিজৰ হাৰ্ড হিটিং বেটচমেন আন্দ্ৰে ৰাছেলৰ পত্নী জেছিম লোৰাক লাখ লাখ মানুহে ইনষ্টাগ্ৰামত ফলো কৰে। সমগ্ৰ বিশ্বৰ লগতে ভাৰততো লাৰাক অনুৰাগীৰ সংখ্যা কম নহয়। জেছিম লোৰাৰ হটনেচত পাগল সমগ্ৰ বিশ্ব। আইপিএলত কলকাতা নাইট ৰাইডৰ্ছহৈ খেলে আন্দ্ৰে ৰাছেলে। পত্নী জেমিছ লোৰা ভাৰততো অত্যন্ত জনপ্ৰিয়। জেছিম লোৰা পেছাত এগৰাকী মডেল। শেহতীয়াকৈ লোৰাৰ এটা বিশেষ ভিডিও লিক হৈছে ছচিয়েল মিডিয়াত। ৰাছেলৰ পত্নী ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয়। ২০১৬ চনত আন্দ্ৰে ৰাছেলৰ সৈতে জেছিম লোৰাৰ বিয়া হৈছিল। তেওঁলোকৰ আছে এটি পুত্ৰ সন্তান। বিয়াৰ পূৰ্বে লোৰাৰ সৈতে দীঘলীয়া ডেট কৰিছিল লোৰাই। আইপিএলৰ সময়তে ৰাছেলৰ সমানে সমানে জনপ্ৰিয় হৈ পৰিছিল তেওঁৰ পত্নী।